আজি হোৱাটছএপ ভিডিঅ'ৰ জৰিয়তে উশাহ-নিশাহৰ ব্যায়ামৰ বাবে মোৰ প্ৰথম ফিজিঅ'থেৰাপী অধিবেশন আছিল। ফিজিঅ'থেৰাপিষ্টগৰাকী অতি ধৈৰ্য্যশীল আছিল আৰু তেওঁ সহজ অথচ শক্তিশালী উশাহ-নিশাহৰ ব্যায়ামসমূহ দেখুৱাইছিল। ইয়াৰ উপৰিও তেওঁ মোৰ অনুশীলনত তদাৰক কৰিছিল। লগতে কৰিবলগীয়া আৰু নকৰিবলগীয়া কেইটামান কথাৰ বিষয়েও পৰামৰ্শ দিছিল। এটা সৰল, চুটি আৰু আনন্দদায়ক অধিবেশন আছিল।.